सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিজনে পূজা কৰে
उदाहरण : ভগৱানৰ প্রকৃত উপাসক সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ পৰে
पर्यायवाची : আৰাধক, উপাসক, ভক্ত
अर्थ : মন্দিৰত দেৱতা আদিৰ পূজা কৰিবৰ কাৰণে নিযুক্ত কৰা ব্যক্তি
उदाहरण : শ্যামৰ দেউতাক এই মন্দিৰটোৰ পূজাৰী
पर्यायवाची : সেৱক
अर्थ : কাৰোবাক দেৱতুল্য মানি ্তেওঁৰ ভক্তি কৰা বা তেওঁৰ পৰম মহত্ত্ব মানি চলা ব্যক্তি
उदाहरण : তেওঁ ্গান্ধীজীৰ ভক্ত গান্ধীজী অহিংসাৰ পূজাৰী আছিল
पर्यायवाची : উপাসক, ভক্ত
इंस्टॉल करें