अर्थ : কোনো ব্যক্তিৰ মৃত পিতৃ, মাতৃ, ককাক , আইতাক আদি পূর্বপুৰুষ
उदाहरण :
পিতৃপক্ষত পূর্বপুৰুষক তর্পণ দিয়া হয়
पर्यायवाची : উপৰিপুৰুষ, পূর্বপুৰুষ
अर्थ : ককা, আজুককা আদি, যি পুৰণি হৈ গৈছে বা আগৰ
उदाहरण :
ৰাম, কৃষ্ণ আদি আমাৰ পূর্বজ আছিল
पर्यायवाची : আদিপুৰুষ, পিতৃপুৰুষ, পূর্বপুৰুষ