पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পৃথক হোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পৃথক হোৱা   ক্ৰিয়া

अर्थ : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য

उदाहरण : তেওঁ কংগ্রেছৰ পৰা ওলাল

पर्यायवाची : ওলোৱা

अर्थ : কোনো অংশত পৃথক পৃথক হোৱা

उदाहरण : স্বাধীনতাৰ পিছত ভাৰতবর্ষ ্দুভাগত বিভক্ত হʼল

पर्यायवाची : বিভক্ত হোৱা

अर्थ : মিলি বা লাগি বা যুক্ত হৈ থকা বস্তু আদি বেলেগ হোৱা

उदाहरण : কামিজৰ বুটামটো এৰাই গʼল কিতাপৰ পাতবোৰ এৰাবলৈ ধৰিছে জেকি যোৱা বাবে বেৰৰ চিমেন্টবোৰ এৰি গৈছে

पर्यायवाची : এৰাই যোৱা, এৰি যোৱা, ওলাই যোৱা

अर्थ : * সম্বন্ধ আদি নাইকিয়া হোৱা

उदाहरण : নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল

पर्यायवाची : আঁতৰ্া-আঁতৰি হোৱা, এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, বিচ্ছিন্ন হোৱা, বিভক্ত হোৱা, বেলেগ হোৱা

चौपाल