पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পৃষ্ঠভূমি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পৃষ্ঠভূমি   বিশেষ্য

अर्थ : পূর্বৰ ্কোনো ঘটনা বা পৰিস্থিতি যাৰ আগত বা সন্মুখত কোনো বিশেষ কথা বা ঘটনা থাকে আৰু যাৰ লগত মিলালে সেই কথা বা ঘটনাৰ ৰূপ স্পষ্ট হয়

उदाहरण : এই ঘটনাৰ পৃষ্ঠভূমিও কʼব, তেতিয়াহে আমি কিবা বুজিব পাৰিম

अर्थ : কোনো বস্তুৰ পৃষ্ঠত বা পিছফালে থকা ভূমি বা তল

उदाहरण : এই চিত্রখনৰ সেউজীয়া পৃষ্ঠভূমিখনবৰ মনোমোহা হৈছে

पर्यायवाची : পৃষ্ঠ-ভূমি

अर्थ : কোনো ব্যক্তিৰ পূর্বৰ অনুভৱ, শিক্ষা আদি

उदाहरण : এই কামৰ বাবে আপোনাৰ পৃষ্ঠভূমি বৰ মজবুত

अर्थ : অংকিত দৃশ্য, ঘটনা আদিৰ এক আশ্রয় বা আধাৰ

उदाहरण : এই চিনেমাখন পাৰিবাৰিক পটভূমিত বনোৱা হৈছে

पर्यायवाची : পটভূমি, পৃষ্ঠ-ভূমি

अर्थ : মূর্তি অথবা ছবিৰ সকলোতকৈ পিছত থকা অংশ যি অংকিত দৃশ্যৰ ঘটনাৰাজি বোধ্যগম্য হোৱাত সহায়ক হয়

उदाहरण : এই চিত্রখনৰ পৃষ্ঠভূমি অতি সুন্দৰ হৈছে

पर्यायवाची : পশ্চাদপট

चौपाल