अर्थ : প্রবাহক হেলনীয়াৰ ফালে লৈ যোৱা
उदाहरण :
বান্ধৰ পানী নলাত পেলোৱা হয়
अर्थ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
उदाहरण :
ডাষ্টবিনত জাবৰ পেলোৱা হয়
पर्यायवाची : দলিওৱা, দলিয়া, নিক্ষেপ কৰা
अर्थ : কোনো অন্যৰ দ্বাৰা পেলা
उदाहरण :
সম্পত্তি পাবৰ বাবে দুষ্ট পুতেকে নিজৰ দেউতাকক ছাদৰ পৰা পেলোৱালে
अर्थ : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
उदाहरण :
কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
पर्यायवाची : পেলাই দিয়া