पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পেৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পেৰা   বিশেষ্য

अर्थ : কাঠ বা ধাতুৰে সজা চাৰিকোণীয়া ঢাকোনযুক্ত পাত্র

उदाहरण : এই বাকচটো কাপোৰেৰে ভৰি আছে

पर्यायवाची : চন্দুক, জপা, বক্স, বাকচ, বৰপেৰা

अर्थ : ধন, টকা-পইচা আদি ৰাখিব পৰা লোহাৰ সৰু আলমাৰী

उदाहरण : তেওঁ নিজৰ টকা-পইচা চন্দুকত ৰাখে

पर्यायवाची : চন্দুক

পেৰা   ক্ৰিয়া

अर्थ : দুটা গধুৰ বস্তুৰ মাজত কোনো তৃতীয় বস্তু ভৰাই চেপিলে তাৰ পৰা ৰস ওলোৱা কার্য ্বা শালত চেপি ৰস বা গুটি উলিওৱা

उदाहरण : কুঁহিয়াৰৰ ৰস উলিয়াবৰ কাৰণে তাক পেৰা হয়

चौपाल