अर्थ : ককাদেউতাৰ সময়ৰ পৰা চলি অহা বা ককাদেউতাৰ পৰা পোৱা
उदाहरण :
তেওঁ নিজৰ পৈতৃক সম্পত্তি দুখীয়াৰ মাজত ভগাই দিলে
अर्थ : যিটো কোনো বংশত একেৰাহে হৈ আহিছে আৰু যাৰ আগতেও সেই বংশত হৈছিল বা পিছলৈকো হৈ থকাৰ সম্ভাৱনা আছে
उदाहरण :
তেওঁ বংশগত ্ৰোগত ভুগিছে
पर्यायवाची : আনুবংশিক, বংশগত, বংশানুক্রমিক
अर्थ : পিতা সম্বন্ধীয়
उदाहरण :
আমি পৈতৃক সম্পত্তি দান কৰি দিলোঁ