सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : উৰিব পৰা বা বগাই যাব পৰা সৰু প্রাণী
उदाहरण : কিছুমান পোক মানুহৰ কাৰণে বৰ উপকাৰী
पर्यायवाची : কীট, কীট-পতংগ, পতংগ, পতঙ্গ, পোক-পতংগ
अर्थ : শস্যৰ ক্ষতিসাধন কৰা খেতিত লগা এবিধ পোক
उदाहरण : খেতিয়কে কৃষি-কীটৰ পৰা বাছিবৰ কাৰণে খেতিত ঔষধ ছটিয়াই
पर्यायवाची : কৃষি-কীট
इंस्टॉल करें