सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ইফাল-সিফাল নকৰাকৈ
उदाहरण : তেওঁ আপোনাৰ কথা পোনপটীয়াকৈ নকʼলে
अर्थ : বিচলিত নোহোৱাকৈ
उदाहरण : তুমি মোক পোনপটীয়াকৈ আৰু শুদ্ধকৈ কোৱা কি হʼল ?
पर्यायवाची : চিধাকৈ
अर्थ : মধ্যস্থতা নোহোৱাকৈ
उदाहरण : মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো
पर्यायवाची : চিধাকৈ, পোনে-পোনে
इंस्टॉल करें