पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পোৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পোৰা   ক্ৰিয়া

अर्थ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা

उदाहरण : এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে

पर्यायवाची : জলা, জ্বলা, জ্বলি যোৱা, পোৰা যোৱা

अर्थ : শৰীৰৰ কোনো অংগ শুকাই যোৱাৰ কাৰণে বিষ অনুভৱ কৰা কার্য

उदाहरण : এমাহ ধৰি একেৰাহে ৰʼদত কাম কৰাৰ কাৰণে মোৰ শৰীৰটো পুৰি আছে

पर्यायवाची : চমচমোৱা

अर्थ : পানীৰ নোহোৱাকৈ গৰম কৰি ৰন্ধা কার্য

उदाहरण : ৰহিমে মাছ পুৰি আছে

पर्यायवाची : ভজা, ভজা-পোৰা

अर्थ : জ্বলন বা পোৰণ অনুভব কৰা

उदाहरण : মোৰ ভৰিকেইখন গৰমৰ দিনত বহুত পোৰে

चौपाल