अर्थ : কোনো বস্তুৰ চাৰিভাগৰ এভাগ
उदाहरण :
ইয়াৰ ওজন এপোৱা
पर्यायवाची : এক চতুর্থাংশ, এপোৱা, পঁচিশ শতাংশ, ২৫ শতাংশ
अर्थ : সমান অৱস্থাত উপনীত হোৱা অৱস্থা
उदाहरण :
তুমি নিজৰ ককাইদেউৰ বিদ্বানতা কেতিয়াও নোপোৱা
अर्थ : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা
उदाहरण :
এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ
पर्यायवाची : লাভ কৰা
अर्थ : কোনো পদ, স্থান আদিলৈকে আহি পোৱা
उदाहरण :
নিজৰ কষ্টৰ বলত ্তেওঁ ই্মানখিনিলৈকে পালেহি
अर्थ : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা
उदाहरण :
অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি
पर्यायवाची : উপনীত হোৱা
अर्थ : প্রাপ্ত হোৱা বা পোৱা কার্য
उदाहरण :
তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো
पर्यायवाची : প্রাপ্তি ঘটা, লাভ কৰা
अर्थ : পৰি থকা বস্তু উঠোৱা
उदाहरण :
আজি মহাবিদ্যালয়ৰ প্রাংগনত মই এটা ঘড়ী পালো
अर्थ : ভেটা-ভেটি হোৱা বা সাক্ষাৎ হোৱা
उदाहरण :
আজি মই ্ শর্মাৰ ঘৰলৈ গৈছিলো, কিন্তু তেওঁক ্ লগ নাপালো
पर्यायवाची : ভেটা-ভেটি হোৱা, মুখা-মুখি হোৱা, লগ পোৱা, সাক্ষাৎ লাভ কৰা
अर्थ : নিজৰ অধিকাৰ সাব্যস্ত কৰা
उदाहरण :
অশোকে কলিংগত জয় লাভ কৰিছিল
पर्यायवाची : প্রাপ্ত কৰা, লাভ কৰা
अर्थ : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল
उदाहरण :
पर्यायवाची : অহা, আগমন কৰা, উপস্থিত হোৱা
अर्थ : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য
उदाहरण :
ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি
पर्यायवाची : উপনীত হোৱা
अर्थ : কোনো বিষয়ত কাৰোবাৰ সমান সমান কৰা
उदाहरण :
মোৰ দেউতাই মোক পঢ়াই-শুনাই ইয়ালৈকে পোৱালেহি
अर्थ : চাৰিভাগৰ এক অংশ
उदाहरण :
তেওঁ ্দোকানৰ পৰা এক পোৱা ঘিঁউ কিনিলে
अर्थ : নিৰ্দিষ্ট স্থানত উপনীত কৰা
उदाहरण :
পোৱা সামগ্ৰীখিনিৰ তালিকা কʼত আছে