पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পোৱা   বিশেষ্য

अर्थ : কোনো বস্তুৰ চাৰিভাগৰ এভাগ

उदाहरण : ইয়াৰ ওজন এপোৱা

पर्यायवाची : এক চতুর্থাংশ, এপোৱা, পঁচিশ শতাংশ, ২৫ শতাংশ

পোৱা   ক্ৰিয়া

अर्थ : সমান অৱস্থাত উপনীত হোৱা অৱস্থা

उदाहरण : তুমি নিজৰ ককাইদেউৰ বিদ্বানতা কেতিয়াও নোপোৱা

अर्थ : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা

उदाहरण : এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ

पर्यायवाची : লাভ কৰা

अर्थ : সুখ, দুখ আদি সহা কার্য

उदाहरण : তেওঁ নিজৰ ্কর্মৰ ফল ভুগি আছে

पर्यायवाची : ভোগা

अर्थ : কোনো প্রকাৰে নিজৰ অধিকাৰলৈ অহা

उदाहरण : মই ৰামৰ পৰা এশ টকা পালোঁ

पर्यायवाची : লাভ কৰা

अर्थ : উপল্্ব্ধ হোৱা

उदाहरण : এই ঔষধি গছজোপা কেৱল হিমালয়তহে পায়

पर्यायवाची : পোৱা যায়

अर्थ : কোনো পদ, স্থান আদিলৈকে আহি পোৱা

उदाहरण : নিজৰ কষ্টৰ বলত ্তেওঁ ই্মানখিনিলৈকে পালেহি

अर्थ : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা

उदाहरण : অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি

पर्यायवाची : উপনীত হোৱা

अर्थ : প্রাপ্ত হোৱা বা পোৱা কার্য

उदाहरण : তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো

पर्यायवाची : প্রাপ্তি ঘটা, লাভ কৰা

अर्थ : পৰি থকা বস্তু উঠোৱা

उदाहरण : আজি মহাবিদ্যালয়ৰ প্রাংগনত মই এটা ঘড়ী পালো

अर्थ : ভেটা-ভেটি হোৱা বা সাক্ষাৎ হোৱা

उदाहरण : আজি মই ্ শর্মাৰ ঘৰলৈ গৈছিলো, কিন্তু তেওঁক ্ লগ নাপালো

पर्यायवाची : ভেটা-ভেটি হোৱা, মুখা-মুখি হোৱা, লগ পোৱা, সাক্ষাৎ লাভ কৰা

अर्थ : কোনোবাই পঠোৱা বা কʼৰবাৰ পৰা অহা কোনো বস্তু প্রাপ্তি

उदाहरण : তিনি সপ্তাহ আগতেই পঠোৱা চিঠিখন মোৰ ওচৰ এতিয়াও পোৱাহি নাই

पर्यायवाची : আহি পোৱা, লাভ কৰা

अर्थ : নিজৰ অধিকাৰ সাব্যস্ত কৰা

उदाहरण : অশোকে কলিংগত জয় লাভ কৰিছিল

पर्यायवाची : প্রাপ্ত কৰা, লাভ কৰা

अर्थ : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল

उदाहरण :

पर्यायवाची : অহা, আগমন কৰা, উপস্থিত হোৱা

अर्थ : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য

उदाहरण : ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি

पर्यायवाची : উপনীত হোৱা

अर्थ : কোনো বিষয়ত কাৰোবাৰ সমান সমান কৰা

उदाहरण : মোৰ দেউতাই মোক পঢ়াই-শুনাই ইয়ালৈকে পোৱালেহি

अर्थ : পায় যোৱা

उदाहरण : এই কাম কৰি মই অত্যাধিক প্রসন্নতা পালো

पर्यायवाची : লাভ কৰা

পোৱা   বিশেষণ

अर्थ : চাৰিভাগৰ এক অংশ

उदाहरण : তেওঁ ্দোকানৰ পৰা এক পোৱা ঘিঁউ কিনিলে

अर्थ : যিটো কোনো প্রকাৰে নিজৰ অধিকাৰলৈ আহিছে বা অনা হৈছে

उदाहरण : তেওঁ নিজৰ পিতৃৰ দ্বাৰা প্রাপ্ত ধন গৰীবৰ মাজত ভগাই দিলে

पर्यायवाची : উপার্জিত, প্রাপ্ত, হস্তগত

अर्थ : নিৰ্দিষ্ট স্থানত উপনীত কৰা

उदाहरण : পোৱা সামগ্ৰীখিনিৰ তালিকা কʼত আছে

चौपाल