अर्थ : কোনো কথা আদি ব্যক্ত কৰা কার্য
उदाहरण :
তেওঁ নিজৰ বিচাৰধাৰাক প্রকাশ কৰিলে
पर्यायवाची : অভিব্যক্ত কৰা, অভিব্যক্তি কৰা, প্রকট কৰা
अर्थ : সুন্দৰ আৰু শৃংখলিতভাৱে উপস্থাপন কৰা কাৰ্য
उदाहरण :
তেখেতে নিজৰ অনুভূতিখিনি শব্দত ব্যক্ত কৰিলে
पर्यायवाची : ব্যক্ত কৰা