अर्थ : * ৰচনা আদিক প্রকাশিত কৰা
उदाहरण :
তেওঁ এতিয়ালৈকে দুখন কিতাপ প্রকাশিত কৰিলে
अर्थ : কোনো স্থান প্রকাশেৰে ভৰাই তোলা
उदाहरण :
দিনৰ শেষত বিজুলীবাতি জ্বলাই ঘৰবোৰ পোহৰাই তোলা হয়
पर्यायवाची : পোহৰাই তোলা, পোহৰোৱা