सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস
उदाहरण :
पर्यायवाची : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধর্ম, ধাত, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ
अर्थ : বিভিন্ন ৰূপাত্মক জগতৰ বিকাশ সাধন কৰা সেই মূল শক্তি যাৰ ৰূপ দৃশ্য ৰূপত দেখা যায়
उदाहरण : গছ কটাৰ কাৰণে প্রকৃতিৰ সন্তুলনত বিকাৰ ঘটিছে
पर्यायवाची : নি্সর্গ
अर्थ : গছ-গছনি, পশু-পক্ষী, ্ পর্বত-্পাহাৰ আদিৰে ভৰি থকা প্রাকৃতিক দৃশ্যৰ পৃথিৱী
उदाहरण : প্রকৃতিক অখণ্ড ৰূপত ৰাখিবৰ কাৰণে মজবুট পদক্ষেপ লোৱা উচিত
पर्यायवाची : নি্সর্গ, ্বাহ্যজগত
अर्थ : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম
उदाहरण : তেওঁ ্ লাজুক স্বভাৱৰ
पर्यायवाची : চৰিত্র, মেজাজ, স্বভাৱ, স্বৰূপ
इंस्टॉल करें