सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : অত্যধিক কোপ বা ক্রোধ
उदाहरण : ওজাই দেৱীৰ প্রকোপৰ পৰা ৰক্ষা পাবৰ কাৰণে পূজা-পাঠ কৰিবলৈ কʼলে
अर्थ : কোনো ৰোগ আদিৰ প্রৱলতা বা একেৰাহে হোৱা কুপ্রভাৱ
उदाहरण : গাঁৱত হাইজাৰ প্রকোপ অব্যাহত আছে
इंस्टॉल करें