सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ফুল আদিত পৰি মৌ চুহি খোৱা এবিধ উৰিব পৰা ধুনীয়া পতংগ
उदाहरण : শিশুটোৱে পখিলা ধৰিবলৈ চেষ্টা কৰি আছে
पर्यायवाची : পখিলা
अर्थ : সৃষ্টিৰ সৃজক বুলি গণ্য কৰা
उदाहरण : নাৰদ ব্রহ্মাৰ বৰদ পুত্র
पर्यायवाची : কমলযোনি, চতুর্মুখ, চতুৰানন, পদ্মোদ্ভৱ, বিধাতা, বিৰিঞ্চি, ব্রহ্মা, লোকনাথ, লোকেশ, সৃষ্টি্কর্তা, স্বয়ম্ভূ, স্রষ্টা, হংসবাহন, হিৰণ্যগর্ভ, ্কমলাসন
इंस्टॉल करें