सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : দুই বহল জলভাগক বা সাগৰক সংলগ্ন কৰা ঠেক জলভাগ
उदाहरण : কোৰিয়া প্রণালীয়ে পূৱ-চীনা সাগৰ আৰু জাপানী সাগৰক লগ লগাইছে
अर्थ : কোনো বস্তু হোৱা, বনোৱা বা ওলোৱা কার্য
उदाहरण : ইউৰিয়া ৰাসায়নিক প্রক্রিয়াৰ দ্বাৰা তৈয়াৰ কৰা হয়
पर्यायवाची : ক্রিয়া, পদ্ধতি, প্রক্রিয়া
इंस्टॉल करें