सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : লেখা আদিৰ আক্ষৰিক স্বৰূপ
उदाहरण : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে
पर्यायवाची : অনুলিপি, কপি, নকল, প্রতিলেখ
अर्थ : লিখা বা ছপা কৰা কোনো কাগজ বা কিতাপ আদিৰ হুবহু ৰূপত ছপা কৰিব পৰা যন্ত্র বিশেষ
उदाहरण : মই এই প্রমাণ পত্রখন জেৰক্স কৰিব লাগে
पर्यायवाची : জেৰক্স, জেৰক্স-কপি
इंस्टॉल करें