अर्थ : উভতি অহা কার্য ্বা ভাব
उदाहरण :
আজি শ্যাম গাঁৱৰ পৰা ঘূৰি অহা সম্ভৱ নহʼব
पर्यायवाची : উভতি অহা, ঘূৰি অহা, প্রত্যাৱর্তন, ফিৰি অহা
अर्थ : পুনৰাই অহা বা দ্বিতীয়বাৰ অহা কার্য
उदाहरण :
অতিথিৰ পুনৰাগমনত গৃহস্থ হতবাক হʼল
पर्यायवाची : পুনৰাগমন, প্রত্যাৱর্তন