अर्थ : তোমাৰ মাজত যদি শক্তি আছে তেনেহʼলে অমুক কামটো কৰি দেখুৱা বুলি কাৰোবাক কোৱা কার্য
उदाहरण :
তেওঁ ্মোৰ প্রত্যাহ্বান মানি লʼলে
अर्थ : যুঁজিবৰ কাৰণে প্রতিপক্ষক দিয়া সকীয়নি
उदाहरण :
শত্রুৰ প্রত্যাহ্বানক মনত ৰাখি ্তেওঁ আগুৱাই গʼল