सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ব্যাকৰণত কোনো ধাতু বা প্রাতিপদিকৰ পিছত যোগত লগ হৈ নতুন অর্থযুক্ত শ্্ব্দ গঠন কৰা সর্গ
उदाहरण : নমনীয়ৰ লগত তা প্রত্যয় যোগ কৰি নমনীয়তা বনোৱা হয়
अर्थ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
उदाहरण : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
पर्यायवाची : আস্থা, প্রতীতি, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত
अर्थ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
उदाहरण : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
इंस्टॉल करें