पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से প্রদেশ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

প্রদেশ   বিশেষ্য

अर्थ : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল

उदाहरण : মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল

पर्यायवाची : ৰাজ্য

अर्थ : কোনো প্রদেশত বসবাস কৰা লোক

उदाहरण : সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে

पर्यायवाची : প্রান্ত, ৰাজ্য

अर्थ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র

उदाहरण : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে

पर्यायवाची : দেশ, প্রান্তৰ, ৰাজ্য

अर्थ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে

उदाहरण : কাশী হিন্দুসকলৰ ধর্মীয় স্থান

पर्यायवाची : ক্ষেত্র, জেগা, ঠাই, থল, থান, ভূমি, স্থল, স্থান

अर्थ : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???

उदाहरण : ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে

पर्यायवाची : ৰাজ্য

चौपाल