अर्थ : যিজনে বিদেশত গৈ বসবাস কৰিছে
उदाहरण :
ভাৰত চৰকাৰে কিছুমান প্রবাসীক ভাৰতীয় নাগৰিকত্ব প্রদান কৰিছে
अर्थ : বিদেশত গৈ বসবাস কৰা বা থকা
उदाहरण :
কিছুমান প্রবাসী লোকে নিজ দেশ তথা পৰিয়ালৰ লোকক লগ পাবৰ কাৰণে ব্যাকুল হৈ থাকে