सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে
उदाहरण : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই
पर्यायवाची : ধাৰ, ধাৰা
अर्थ : বৈ যোৱা কার্য ্বা ভাব
उदाहरण : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
पर्यायवाची : ধাৰা, বেগ, সোঁত
अर्थ : এটাৰ পিছত এটা হৈ থকা ঘটনা বা একেলেথাৰিয়ে হৈ থকা বিচাৰ আদিৰ প্রভাৱশালী ক্রম
उदाहरण : কাব্যানুষ্ঠানত কবিতাৰ প্রবাহে শ্রোতাক বান্ধি ৰাখিছিল
पर्यायवाची : ধাৰা
इंस्टॉल करें