सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শক্তি, সন্মান, ভয়, আতংক বা কোনো বিশেষ কথাৰ পৰা পোৱা প্রসিদ্ধি
उदाहरण : এই এলেকাত ঠাকুৰ ৰণবীৰৰ প্রতিপত্তি আছে
पर्यायवाची : প্রতিপত্তি, প্রভূত্ব
अर्थ : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল
उदाहरण : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে
पर्यायवाची : অনুৰাগ, আসক্তি, জেদ, টান, ধাউতি, প্রবৃত্তি, প্রৱণতা, মাইৰ, স্পৃহা
इंस्टॉल करें