अर्थ : যʼত প্রভাৱ থাকে
उदाहरण :
তেওঁ ্প্রভাৱশালী কন্ঠেৰে এই কামটো আজিয়েই হʼব লাগিব বুলি কʼলে
पर्यायवाची : শক্তিশালী
अर्थ : নিজৰ কাম বা প্রভাৱ দেখুৱাওতা
उदाहरण :
এইটো চর্দি-কাহৰ প্রভাৱকাৰী ঔষধ
पर्यायवाची : প্রভাৱকাৰী, প্রমাণী
अर्थ : কিহবাৰ ওপৰত যি প্রভাৱ বিস্তাৰ কৰে
उदाहरण :
চহৰ আৰু গাঁৱত প্রৱল ৰাজনীতিয়ে হিংসাক প্রৰোচিত কৰিছে
पर्यायवाची : প্রৱল
अर्थ : প্রভাৱ বা প্রতিক্রিয়া দিওঁতা
उदाहरण :
এই ঔষধ বৰ প্রভাৱশালী এই দৰব বৰ প্রতিক্রিয়াশীল
पर्यायवाची : প্রতিক্রিয়াশীল