सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য
उदाहरण : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে
पर्यायवाची : উপস্থাপন, নিৰূপণ, প্রতিপাদন
अर्थ : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা
उदाहरण : সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে
पर्यायवाची : পৰীক্ষণ কৰা, পৰীক্ষা কৰা
इंस्टॉल करें