अर्थ : কোনো মূলানুগত সত্যৰ আধাৰত প্রমাণিত কৰিবৰ কাৰণে লোৱা সিদ্ধান্ত
उदाहरण :
তেওঁৰ গৱেষণা কর্মৰ সৈতে সম্বন্ধিত ১২০টা প্রমেয় আছে
अर्थ : যি প্রমাণৰ বিষয় হʼব পাৰে
उदाहरण :
প্রমেয় বস্তুবোৰক সযতনে ৰখাটো আৱশ্যকীয়
अर्थ : যি জুখিব পাৰি
उदाहरण :
তেওঁ প্রমেয় পদার্থৰ সূচী তৈয়াৰ কৰিলে
अर्थ : যি সিদ্ধ কৰিব লাগে
उदाहरण :
গণিতজ্ঞই প্রমেয় সূত্রবোৰ বুজালে