अर्थ : ৰাজ্যৰ কাম॰ সঞ্চালনা
उदाहरण :
বর্ত্্মান দেশৰ প্রশাসন ভ্রষ্টাচাৰীৰ হাতত
पर्यायवाची : শাসন, ৰাজ্য ব্যৱস্থা, ৰাজ্যভাৰ
अर्थ : দেশ, ৰাজ্য আদিৰ শাসনৰ ব্যৱস্থা কৰা সংস্থা বা দল
उदाहरण :
চৰকাৰে নিজৰ নীতি-নির্দে্শাৱলী পালন কৰা উচিত
पर्यायवाची : চৰকাৰ