अर्थ : শৃংগাৰ বা সাজোন-কাচোনৰ সামগ্রী
उदाहरण :
বজাৰত দেশ-বিদেশৰ নানা তৰহৰ প্রসাধন সামগ্রী পোৱা যায়
पर्यायवाची : প্রসাধন
अर्थ : প্রসাধন হিচাপে ব্যৱহাৰ কৰা সামগ্রী বিশেষ
उदाहरण :
ন-কইনাৰ বাকচ প্রসাধন সামগ্রীৰে ভৰি আছে