पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से প্রাণ লোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

প্রাণ লোৱা   বিশেষ্য

अर्थ : কোনো ব্যক্তিয়ে বা ব্যক্তিৰ দ্বাৰা আন ব্যক্তিক তৎক্ষণাত আক্রমণ কৰি মাৰি পেলোৱা........

उदाहरण : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়েই তেওঁক হত্যা কৰিলে

पर्यायवाची : খুন, নিধন, প্রাণ-সংহাৰ, প্রাণনাশ, প্রাণে মৰা, বধ, বিনাশ, মাৰণ, মৰা-, শেষ, সংহাৰ, হত্যা, হনন

প্রাণ লোৱা   ক্ৰিয়া

अर्थ : জীৱনৰ অন্ত পেলোৱা কার্য

उदाहरण : সন্ত্রাসবাদীয়ে পাঁচজন লোকক মাৰিলে

पर्यायवाची : জীৱন লোৱা, প্রাণ বায়ু উৰোৱা, বধ কৰা, মৰা, সংহাৰ কৰা, হত্যা কৰা, হনন কৰা

चौपाल