अर्थ : উদ্যোগৰ অধিক উন্নত কৰা বা সঠিকভাৱে চলোৱাৰ বিদ্যা
उदाहरण :
আই. আই. টিত ঔদ্যোগিক শিক্ষা দিয়া হয়
पर्यायवाची : ঔদ্যোগিক
अर्थ : বৈজ্ঞানিক বা ব্যৱহাৰিক বিষয় যি বৈজ্ঞানিক সিদ্ধান্তৰ আধাৰত প্রতিষ্ঠিত অথবা তাৰে সৈতে সম্পর্কিত
उदाहरण :
নেহৰুদেৱে ঔদ্যোগিক বিকাশ সাধনত অধিক গুৰুত্ব আৰোপ কৰিছিল
पर्यायवाची : ঔদ্যোগিক