अर्थ : যিটো তথ্যৰে পূর্ণ ্বা যʼত সত্যতা নিহিত হৈ থাকে
उदाहरण :
এইটো তথ্যপূর্ণ ্কথা
पर्यायवाची : তথ্যনি্র্ভৰ, তথ্যপূর্ণ, তথ্যভিত্তিক, তথ্যযুক্ত, তথ্যসমৃদ্ধ
अर्थ : যাৰ বিষয়ে সকলো ঠিকে আছে বুলি মানি লোৱা হয়
उदाहरण :
এইখিনি প্রামাণিক বীজ তহচিলদাৰ পৰা তেওঁ নিজ গৃহৰ প্রমাণ-পত্র প্রমাণিত কৰিলে
पर्यायवाची : প্রমাণিত