सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
उदाहरण : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
पर्यायवाची : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, মতলব, লক্ষ্য, হেতু
अर्थ : আৱশ্যক হোৱা অৱস্থা বা ভাব
उदाहरण : এই পদবীৰ কাৰণে দৰকাৰতকৈ বেছি আবেদন পত্র আহিছে এই কামটো কৰিবৰ কাৰণে মোক তোমাৰ প্রয়োজন নাই
पर्यायवाची : আৱশ্যকতা, দৰকাৰ
अर्थ : যিহৰ প্রয়োজনীয়তা আছে
उदाहरण : তেওঁ ্ কোনো দৰকাৰী কামৰ বাবে চহৰলৈ গৈছে
पर्यायवाची : আৱশ্যক, জৰুৰত, জৰুৰী, দৰকাৰী, ্দর্কাৰী
इंस्टॉल करें