अर्थ : কোনো ৰাস্তা আদিৰ সেই পাৰ যʼৰ পৰা মানুহ কোনো দিশে যাব পাৰি
उदाहरण :
প্রৱেশ দ্বাৰত ঘূৰোতেই মই মহেশক লগ পালোঁ
अर्थ : যিখন দুৱাৰেদি ঘৰ আদিত প্রৱেশ কৰা হয়
उदाहरण :
তেওঁ প্রৱেশদ্বাৰত থিয় হৈ আগন্তুকক স্বাগত সম্ভাষণ জনায় আছিল
पर्यायवाची : প্রৱেশ পথ, প্রৱেশদ্বাৰ
अर्थ : কোনো ভৱন বা ঘেৰা আদিৰ সকলোতকৈ আগৰ বা বাহিৰৰ দুৱাৰ
उदाहरण :
দুর্গটোৰ এইখন মুখ্যদ্বাৰ
पर्यायवाची : মুখ্য দুৱাৰ, মুখ্যদ্বাৰ