पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से প্লাষ্টাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

প্লাষ্টাৰ   বিশেষ্য

अर्थ : হাড়-ভগা আদিত ৰাসায়নিক পদার্থৰ সৈতে মিলাই লেপি দিয়া পটী, যি খুউব টান

उदाहरण : প্লাষ্টাৰৰ সহায়ত ভগা-চিগা অংগ জোৰা লগাব পাৰি

अर्थ : লেওৰ দৰে কোনো বস্তুক কোনো তল বা পৃষ্ঠৰ ওপৰত লগোৱা

उदाहरण : বেৰৰ লেপন শেষ হৈ গৈছে

पर्यायवाची : অনুলেপন, লেপন

अर्थ : দেৱাল আদিত লগোৱা চিমেণ্ট, আলতীয়া মাটি আদিৰ ডাঠ প্রলেপ

उदाहरण : নতুন প্লাষ্টাৰ কৰিবৰ কাৰণে তেওঁ ঘৰৰ পুৰণা প্লাষ্টাৰবোৰ এৰুৱাই আছে

चौपाल