सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নাৰীৰ স্তনদেশ
उदाहरण : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
पर्यायवाची : কুচকুম্ভ, গাখীৰ, দুদু, পিয়াহ, পয়োধৰ, স্তন
अर्थ : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ
उदाहरण : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি
पर्यायवाची : ওহাৰ, কুচকুম্ভ, পিয়াহ, পয়োধৰ, বাত, স্তন
इंस्टॉल करें