अर्थ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য
उदाहरण :
স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ
पर्यायवाची : উছৱ, উৎসৱ, পর্ব, ্উৎসৱ-পার্বণ
अर्थ : ৰাজনৈতিক বা সামাজিক জীৱনৰ সৈতে সম্বন্ধযুক্ত কোনো বিধান বা নিয়ম
उदाहरण :
বিবাহ হিন্দু সংস্কৃতিৰ ্ এক ধর্মীয় অনুষ্ঠান
पर्यायवाची : অনুষ্ঠান, অনুষ্ঠান-পর্ব, পর্ব, ্সকাম