पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পৰা   বিশেষ্য

अर्थ : পৰা কার্য

उदाहरण : ছাদৰ পৰা তেওঁ ্পৰা কোনেও নেদেখিলে

পৰা   ক্ৰিয়া

अर्थ : দুখ, কষ্ট আদি ওলাই অহা

उदाहरण : তেওঁৰ ওপৰত কিমান বিপদৰ ধমুহা পৰিল, তথাপি ্তেওঁ অলপো বিচলিত নহʼল

अर्थ : বেমাৰ হৈ বিছনাত পৰি থকা

उदाहरण : ৰঘুনাথে কেবামাহো ধৰি বিছনাত পৰি আছে

अर्थ : ৰাস্তাত হোৱা বা পথৰ মাজত পোৱা

उदाहरण : ৰাজনন্দ গাঁৱেৰে দুর্গলৈ যোৱাৰ মাজত শিৱনাথ নদী পৰে

अर्थ : উৎপন্ন হোৱা

उदाहरण : আজি গাখীৰৰ ওপৰত মলাই পৰিল

अर्थ : কোনো মূল্যৰ বিনিময়ত লাভ কৰা বা পোৱা

उदाहरण : এই গাড়ীখনত কিমান দাম পৰিল

अर्थ : মূল্য অৱনমিত হোৱা বা কমি অহা

उदाहरण : আজিকালি সোণৰ দাম নামিছে

पर्यायवाची : কমা, নমা

अर्थ : আৱশ্যকতা হোৱা

उदाहरण : আমি মাজত কথা কʼবলৈনো কি গৰজ পৰিছে

पर्यायवाची : গৰজ পৰা

अर्थ : ওপৰৰ পৰা তললৈ অহা, যিটো দুর্ঘটন্া হিচাপে পৰিগণিত ???

उदाहरण : তেওঁ ্ চাঁদৰ পৰা পৰিল ঘটিৰ গাখীৰখিনি বাগৰি পৰিল

पर्यायवाची : (বাগৰি পৰা, লুটি খাই পৰা)

अर्थ : প্রবিষ্ট হোৱা

उदाहरण : ঘিউখিনিত চৰাইটো পৰিল

अर्थ : মাজত আহি যোৱা কার্য

उदाहरण : এইটো আমাৰ মাজৰ কথা, তুমি ..... নোসোমাবা

अर्थ : অভ্যাসত পৰিণত হোৱা এক অৱস্থা

उदाहरण : তেওঁৰ মদ ্খোৱাৰ গতত পৰিল

अर्थ : এঠাইৰ পৰা পৰি বা উফালখাই যোৱা অথবা কোনো প্রকাৰে এঠাইৰ পৰা আন ঠাইত গৈ উপনীত হোৱা

उदाहरण : গছৰ তলত বহুত গুটি পৰি আছে

अर्थ : কাৰোবাৰ ঘৰত নিষ্কর্মা হৈ পৰি থকা

उदाहरण : তেওঁ দিনৰ দিনটো ঘৰতে পৰি থাকে, একো কাম-বন নকৰে

पर्यायवाची : পৰি থকা

चौपाल