सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : জিকিব নোৱাৰা অৱস্থা
उदाहरण : এই নি্র্বাচনত তেওঁৰ ্ পৰাজয় নিশ্চিত
पर्यायवाची : ঘাটন, পৰাজয়, পৰাজয়স্বীকাৰ, পৰাভৱ, বশ্যতাস্বীকাৰ, হাৰ, হাৰণ, হৰা-
अर्थ : যি হাৰি গৈছে
उदाहरण : পৰাজিত ৰজা পুৰুৱে আলেকজেণ্ডাৰৰ সন্মুখত শিৰ নত কৰা নাছিল
पर्यायवाची : নির্জিত, পৰাজিত, পৰাভূত, পৰাহত
इंस्टॉल करें