पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পৰিচাৰিকা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পৰিচাৰিকা   বিশেষ্য

अर्थ : ৰোগী তথা নৱজাতক শিশুৰ সেৱাৰ বাবে প্রশিক্ষিত মহিলা

उदाहरण : মোৰ ননদে বোম্বে হস্পিতেলত নার্চ কৰে

पर्यायवाची : চিষ্টাৰ, নার্চ

अर्थ : ঘৰুৱা কাম-কাজ কৰা তথা সেৱা আগবঢ়ায়

उदाहरण : আজিকালি কাম-বন কৰিবৰ কাৰণে মহিলাসকলে চাকৰণিৰ ওপৰত অধিক নি্র্ভৰ কৰে

पर्यायवाची : কিংকৰী, কিঙ্কৰী, চাকৰণী, দাসী, বান্দী, বেটী, লিগিৰী

अर्थ : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়

उदाहरण : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে

पर्यायवाची : অনুচৰ, আলধৰা, কামলা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা, সেৱক

चौपाल