सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নিজ কুলৰ লোক
उदाहरण : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়
पर्यायवाची : আত্মীয়, কুটুম, কুটুম্ব
अर्थ : একেখন ঘৰৰে মানুহ
उदाहरण : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে
पर्यायवाची : আত্মীয়, ঘৰ, পৰিবাৰ, পৰিয়াল
अर्थ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
उदाहरण : মনোহৰজী মোৰ আপোন খুৰা
पर्यायवाची : আত্মীয়, আপোন, স্বজন
इंस्टॉल करें