अर्थ : নিয়মিত বা প্রায় গোলাকাৰ এক ধৰণৰ পথ যʼত কোনো বস্তু চলাচল কৰে
उदाहरण :
পৃথিৱীয়ে নিজৰ পৰিধিত ঘূৰে
पर्यायवाची : কক্ষ
अर्थ : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ
उदाहरण :
তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা
पर्यायवाची : মণ্ডল
अर्थ : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ
उदाहरण :
এই বৃত্তটোৰ পৰিধি হিচাপ কৰা
पर्यायवाची : পৰিমণ্ডল, বৃত্ত পৰিধি, বৃত্ত সীমা