अर्थ : কোনো সামগ্রীৰ উপযুক্ত স্থানত থোৱা ক্রম
उदाहरण :
কোঠাটোৰ সকলোবোৰ বস্তু পৰিপাটি কৈ ৰাখি থোৱা আছিল
पर्यायवाची : আটোমটোকাৰি, চিজিল
अर्थ : যিটোৰ ভালদৰে ব্যৱস্থা কৰা হৈছে
उदाहरण :
তেওঁ খেলিমেলি হৈ থকা বস্তুবোৰ পৰিপাটি কৰিলে
पर्यायवाची : নিয়াৰি, সুবিন্যস্ত, সুশৃংখলিত