सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো ঠাই আদিৰ চাৰিওফালে ঘূৰা কার্য
उदाहरण : পৃথিৱীয়ে সূর্য্যৰ চাৰিওফালে প্রদক্ষিণ কৰাৰ ফলতেই দিন-ৰাতি হয়
पर्यायवाची : প্রদক্ষিণ, পৰিক্রমণ, পৰিক্রমা, ভ্রমণ
अर्थ : মন ভাল লগোৱা বা অনয্ কোনো কাৰণে পর্যটক স্থলী আদিত ঘূৰা-ফুৰা কার্য
उदाहरण : এই পর্যটক দলটোৱে সম্পূর্ণ ্ভাৰতবর্ষৰ পর্যটন কৰি ঘূৰি আহিছে
पर्यायवाची : পর্যটন
इंस्टॉल करें