सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিজনে উন্নত আচাৰ-ব্যৱহাৰ অনুসৰণ কৰে আৰু ভাল মানুহৰ দৰে ব্যৱহাৰ কৰে
उदाहरण : ভদ্র মানুহে সন্মান পায় ৰাম এজন সভ্য ব্যক্তি
पर्यायवाची : পৰিশীলিত, ভদ্র, ভব্য, মার্জিত, শিষ্ট, সভ্য, ৰুচিবান
अर्थ : যাক পৰিশোধন কৰা হৈছে
उदाहरण : সাহিত্যত পৰিমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত
पर्यायवाची : সংস্কৃত
इंस्टॉल करें