पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পৰিশিষ্ট शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পৰিশিষ্ট   বিশেষ্য

अर्थ : কোনো কিতাপৰ অতিৰিক্তি অংশ বিশেষ যʼত কিছমান এনেকুৱা কথা দিয়া থাকে যাৰ কাৰণে কিতাপখনৰ গুৰুত্ব আৰু বাঢ়ে

उदाहरण : কিতাপখনৰ পৰিশিষ্ট পঢ়িয়েই জগতে কিতাপখন কিনি লʼলে

अर्थ : কোনো গ্রন্থ, লেখা আদিৰ সেই অন্তিম অংশ যʼত দৰকাৰী বা ব্যৱহাৰিক কথা সন্নিৱিষ্ট কৰা হয় যিবোৰ পূর্বে উল্লেখ কৰা নাথাকে

उदाहरण : শিক্ষকৰ মনোযোগ হঠাৎ পৰিশিষ্টৰ পিনে পৰিল

পৰিশিষ্ট   বিশেষণ

अर्थ : থাকি যোৱা বা ৰাহি হোৱা

उदाहरण : আপুনি এই পৰিশিষ্ট পৃষ্ঠা কেইটাও ছপাই দিয়ক

चौपाल