सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
उदाहरण : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
पर्यायवाची : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, হাল, হালত, ৰূপ
अर्थ : কোনো ঘটনা, কার্য, জীৱ আদিৰ চৌপাশৰ বা ওচৰ-পাজৰৰ বাস্তৱিক স্থিতি বা অৱস্থা
उदाहरण : ইয়াৰ পৰিস্থিতি সাম্প্রদায়িক ্সংঘর্ষৰ ্কাৰণে দিনে-দিনে বেয়াৰ পিনে ঢাল খাইছে
पर्यायवाची : আবহাওৱা, প্রতিবেশ, পৰিমণ্ডল, পৰিৱেশ, বাতাবৰণ, ্পর্য্যাবৰণ
इंस्टॉल करें