पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পৰিয়াল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পৰিয়াল   বিশেষ্য

अर्थ : একেখন ঘৰৰে মানুহ

उदाहरण : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে

पर्यायवाची : আত্মীয়, ঘৰ, পৰিজন, পৰিবাৰ

अर्थ : পিতৃ-মাতৃ আৰু সন্তানক লৈ গঠিত প্রার্থমিক সামাজিক একক

उदाहरण : চাকৰি পোৱাৰ পিছতেই তেওঁ নিজৰ মাক-দেউতাকক পাহৰি কেৱল নিজৰ পৰিয়ালৰ ওপৰত ধ্যান দিবলৈ ধৰিলে কৃষকজনে নিজৰ পুতেকহঁতক নিজৰ নিজৰ পৰিয়ালৰ ভাৰ উঠাবলৈ কʼলে

चौपाल