अर्थ : বহুত ধুনীয়া নাৰী
उदाहरण :
ভাৰতত ঐশ্বর্য ্ৰায়ৰ দৰে পৰীৰ অভাৱ নাই
अर्थ : ফাৰ্চী পুৰা কাহিনী অনুসৰি অজান দেশত বসতি কৰা পৰলোকৰ সৈতে সম্বন্ধ থকা অতি সুন্দৰী নাৰী
उदाहरण :
মাকে নিজৰ লʼৰাটোক পৰীৰ কাহিনী শুনাই আছিল